ৰাজ্যত প্ৰযোজ্য হ'ব নতুন SOP


 #PublicBigBreaking

🛑 বৃহস্পতি বাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন SOP।

🛑 জাৰী কৰা হৈছে কঠোৰ নীতি নিৰ্দেশনা।

🛑 অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্তই সংবাদ মেল যোগে জাৰী কৰিছে এই নতুন SOP।

🛑 দিনৰ ১বজাতে বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।

🛑 ১৫ দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী- বেচৰকাৰী সকলো অফিচ।

🛑 ১৫ দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী- বেচৰকাৰী সকলো শিক্ষা প্ৰতিষ্ঠান।

🛑 বন্ধ থাকিব স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়।

🛑 জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নীতি নিৰ্দেশনা।

Comments