জীউক কাইলৈ IndiGo বিমানেৰ লৈ যোৱা হব বাংগালোৰলৈ।




#PublicHelp: জীউক কাইলৈ IndiGo বিমানেৰ লৈ যোৱা হব বাংগালোৰলৈ। দেউতাকে দান কৰিব লিভাৰ, পত্নী-পুত্ৰৰ লগতে দেউতাকো লিভাৰ দান কৰি হৈ পৰিব অসুস্থ। এই সময়ত তেখেতক দৰকাৰ আপোনাৰ অলপমান সহাঁৰিৰ। যিগৰাকী মৃদুল কলিতাই আজি ১২ টা বছৰে বেলেগৰ বিপদৰ সময়ত সহায় কৰিছিল, দৰং জিলাত একলাখ গছপুলি ৰোপনৰ, ৰেনেচাঁ ক্লাৱৰ মুখ্য সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল, বিশ্ব অভিলেখৰ অনুষ্ঠানৰ মুখ্য সম্পাদক থকা মৃদুল আজি বিপদত। লকডাউনৰ সময়ত অসমৰ বহু ঠাইত বহু লোকৰ ওচৰত থিয় দিছিল প্ৰতিনিধি হিচাপে। আজি সেইগৰাকী ব্যক্তিকেই এখন ব্যক্তিগত চিকিৎসালয়ে অমানিশা নমাই আনিলে। যি কোনেও কল্পনাই কৰা নাছিল। জীউৰ লিভাৰ ট্ৰান্সপ্লাণ্ট্ৰ, হাৰ্ডত ফুটা, হেপাটাইটিছ চি পজিটিভ,পত্নীৰ হেপাটাইটিচ চি পজিটিভ। এতিয়া প্ৰয়োজন প্ৰায় ৪০ লাখ টকাৰ, চৰকাৰী ভাবেও জীউৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু পৰিমানে সহায় আগবঢ়াইছে যদিও বাকী চিকিৎসাৰ বাবে সেয়া পৰ্যাপ্ত নহয়, আপোনালোকৰ অলপ সহায়ে তেওঁলোকৰ পৰিয়াললৈ হাঁহি বিয়পাব পাৰে । 

     সেয়েহে আশা কৰো প্ৰতিগৰাকী সুহৃদ ব্যক্তিয়ে মৃদুলৰ এই বিপদৰ মূহুৰ্তত পৰিয়ালটিৰ ওচৰত থিয় দিয়ক। 

  তলত বেংক একাউণ্টৰ নম্বৰ দিয়া হল-  

Axis bank AC No. 916010030099334

IFSC- UTIB0000722

Mridul kalita


Regards 

GooglePay No- 7638836466( & Contact )
 


Comments