অসমৰ প্ৰথম গৰাকী মহিলা IAS বিষয়া পাৰুল দাসৰ দেহাৱসান।


 #PublicBigBreaking

💥 অসমৰ প্ৰথম গৰাকী মহিলা IAS বিষয়া পাৰুল দাসৰ দেহাৱসান।

💥 ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব হিচাপে অৱসৰ গ্ৰহণ কৰা পাৰুল দাস ক'ভিডত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

#PublicMedia

Comments