#PublicBreaking:


♦️ আজি ধেমাজিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

♦️চিলাপথাৰৰ পিয়াং চাপৰিত নৰেন্দ্ৰ মোদীৰ জনসভা
মুকলি কৰিব কেইবাটাও বৃহৎ উন্নয়নমূলক প্ৰকল্প।

♦️ ধেমাজি-শুৱালকুছি অভিযান্তিক মহাবিদ্যালয়
উদ্বোধন কৰিব বঙাইগাঁও শোধনাগাৰৰ IMDMAX ইউনিট, ডিব্ৰুগড়ত চেকেণ্ডাৰী টেংকফাৰ্ম উদ্বোধন কৰিব মোদীয়ে। লগতে ‌মাকুমত স্থাপিত গেছ কম্প্ৰেছাৰ ষ্টেচনৰো শুভ উদ্বোধন কৰিব।

♦️ অনুষ্ঠানত উপস্থিত থাকিব  ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা। লগতে‌ উপস্থিত থাকিব বিজেপিৰ সাংসদ-বিধায়ক-মন্ত্ৰীসকল।

♦️ মোদীৰ সভাৰ বাবে বিশাল আয়োজন‌ সভাস্থলীলৈ কেইবাটাও পকীপথ নিৰ্মাণ কৰা হৈছে।‌ মূল ৰভাত লক্ষাধিক লোক বহিব পৰাৰ সুবিধা।

#NarendraModi #SarbanandaSonowal #HimantaBiswaSarma #Election2021 #PublicMedia #PublicMediaDigital

Comments