২৩ জানুৱাৰী দিনটো নেতাজী দিৱস হিচাপে প্রতিবছৰে পালন কৰি অহা এই দিৱসটোক এতিয়াৰে পৰা পৰাক্রম দিৱস হিচাপে উদযাপন কৰিব।


 #PublicBreaking

২৩ জানুৱাৰী দিনটো নেতাজী দিৱস হিচাপে প্রতিবছৰে পালন কৰি অহা এই দিৱসটোক এতিয়াৰে পৰা পৰাক্রম দিৱস হিচাপে উদযাপন কৰিব। এই কথা ঘোষণা কৰিছে কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে। ভাৰত চৰকাৰে এই বৰ্ষৰ ২৩ জানুৱাৰীৰ পৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক বার্ষিকী ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় বিভিন্ন কার্যসূচীৰে এই বর্ষটো উদযাপন কৰিব৷ কলকাতাৰ ঐতিহাসিক ভিক্টৰিয়া মেম'ৰিয়েল বিল্ডিঙত স্থায়ীভাৱে নেতাজীৰ কর্মৰাজি প্রদর্শন আৰু লাইট এণ্ড ছাউণ্ডৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

Comments